Local, Vocal, Global

WATCH | Road Accident : ডাম্পাৰ আৰু এল্টো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ

যোৰহাট,২১জুন : যোৰহাট জিলাৰ চটাইত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।

ডাম্পাৰ আৰু এল্টো বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ।

AS 03 M 8941 এল্টো গাড়ী খন সম্পূৰ্ণ ভাৱে বিধ্বস্ত হোৱাৰ লগতে এজন যুৱক নিহত হয়(Road Accident)।

নিহত যুৱকজন কাকজানৰ ৰাজা আলি বুলি জানিব পৰা গৈছে ।

আনহাতে দুৰ্ঘটনাত আহত ফিৰোজ আলি নামৰ আন এজন যুৱক।

আহত যুৱক ফিৰোজ আলিক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে ।

দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখন।

লগতে পঢ়ক : WATCH | International Yoga Day : বিশ্বনাথত আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহালৰ