Local, Vocal, Global

Road accident: বাছ আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ

যোৰহাট,১১ফেব্ৰুৱাৰী : যোৰহাটৰ ন আলি উৰনীয়া সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা

বাছ আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ(Road accident)

সংঘৰ্ষত গুৰুতৰভাৱে আহত স্কুটি আৰোহী

ঘটনাস্থলীত উপস্থিত যানবাহন আৰক্ষী

নিশাই আঘাতপ্ৰাপ্ত আৰোহী জনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰা হয়

লগতে পঢ়ক:Sensational incident: স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি বোৱাৰীৰ চৰমপন্থা; হাতত লিখিলে ছুইচাইড নোট