Local, Vocal, Global

WATCH | Road Accident : চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

নগাঁও,১৯জুন : চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা ।

দুৰ্ঘটনাত থিতাতে নিহত এজন লোক(Road Accident)।

মৃত্যু হোৱা লোকজনৰ নাম সুন্দৰ আলী বুলি জানিব পৰা গৈছে ।

লোকজনৰ ঘৰ গেৰুৱামুখত জানিব গৈছে।

ঘটনাস্থলীত উপস্থিত হয় চামগুৰি আৰক্ষী।

লগতে পঢ়ক :WATCH | Akhil Gogoi : অচিৰে বিদেশী বিশেষজ্ঞ আনিবলৈ অ এন জি চিক নিৰ্দেশ দিয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা বুলি অখিল গগৈৰ প্ৰকাশ