WATCH | Road Accident : নগাঁৱৰ নতুন বজাৰ চাৰিআলি সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা
নগাঁও,১৫জুন : নগাঁৱৰ নতুন বজাৰ চাৰিআলি সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।
এখন AS-02R-7227 নম্বৰৰ কুইড বাহন আৰু AS-02N-8078 নম্বৰৰ স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাটোৰ ফলত ৰাজপথৰ ওপৰতে বাগৰি পৰে কুইড বাহনখন(Road Accident)।
দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় স্কুটি চালকজন।
আহত স্কুটি চালকজনক ততাতৈয়াকৈ নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।
ইফালে কুইড বাহন খনৰ চালক মূৰাৰী গোস্বামীও সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়।
যান্ত্ৰিক বিজুতিৰ বাবেই দূৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ একাংশ প্ৰত্যক্ষদৰ্শীৰ।
লগতে পঢ়ক : WATCH | Nagaon News : ”ৰূপম শইকীয়াৰ লগত মোৰ লগত কোনো সম্পৰ্ক নাই”