WATCH | Road Accident : ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকৰ পিছফালে খুন্দা স্কুটীৰ
জামুগুৰিহাট,৪জুন : জামুগুৰিহাটৰ পাতলৰচুকৰ সমীপত চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident)।
ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকৰ পিছফালে খুন্দা স্কুটীৰ । ফলত গুৰুতৰভাবে আহত হয় স্কুটি চালকজন। মুখমণ্ডল আৰু বুকুত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা ব্যক্তিজনক স্থানীয় ৰাইজে ১০৮ এম্বুলঞ্চৰ সহায়ত সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
আহত ব্যক্তিজন জামুগুৰিহাটৰ বৰিগাওঁৰ দীপক নাথ বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক :WATCH | Lumding News : লামডিঙত এগৰাকী নাবালিকা যুৱতীক অপহৰণৰ চেষ্টা