WATCH | Road Accident : দ খাৱৈত বাগৰি পৰিল নৈশ বাছ
জাগীৰোড,২জুন : জাগীৰোডৰ ভোমোৰাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত পতিত AS-01QC-3167 নম্বৰৰ নৈশ বাছ।
ডাম্পাৰৰ পৰা ৰক্ষা কৰিবলৈ গৈ দ খাৱৈত বাগৰি পৰে বাছখন।
বিশ্বনাথ চাৰি আলীৰ পৰা গুৱাহাটী অভিমুখী আছিল নৈশ বাছখন।
কথমপি ৰক্ষা পৰে বাছখনৰ যাত্ৰীসকল(Road Accident)।
আহত হয় বাছখনৰ সকলো যাত্ৰী।
ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ মাজত থকা অংশৰে যধেমধে পাৰ হয় ডাম্পাৰ।
লগতে পঢ়ক : WATCH | Jagiroad News : জাগীৰোডত মইনা পাৰিজাতৰ দুটি শাখাৰ শুভ উদ্বোধন