Local, Vocal, Global

WATCH | Road Accident : নিয়ন্ত্ৰণ হেৰুৱাই চাৰিচকীয়া বাহনে খুন্দা মাৰিলে বিদ্যুতৰ খুঁটাত

হাজো,১জুন : হাজোৰ বৰদধিত শোকাৱহ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই চাৰিচকীয়া বাহনে খুন্দা মাৰিলে বিদ্যুতৰ খুঁটাত।

ফলত সম্পূৰ্ণৰূপ চূৰ্ণ বিচূৰ্ণ হয় চাৰিচকীয়া বাহনখন।

দুৰ্ঘটনাৰ পিছতে উঘালী পৰে বিদ্যুতৰ খুঁটা(Road Accident)।

দুৰ্ঘটনা সংঘটিত কৰি পলায়ন গাড়ীখন থকা আটাইকেইজনৰ।

চালকসহ সুৰামত্ত অৱস্থাত আছিল আটাইকেইজন।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত নলবাৰী পথত তীব্ৰ যানজঁট।

লগতে পঢ়ক :WATCH | Goreswar News : BTR নিৰ্বাচনত ১০টা সমষ্টিত নিৰ্বাচন খেলিব অগপই