WATCH | Road Accident : মালবাহী ট্ৰাক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ
কাছাৰ,২১মে’ : কাছাৰৰ গুমৰা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ।
মঙলবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় দুয়োখন বাহনৰ চালক । লগে লগে স্থানীয় লোকে চালক দুজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে(Road Accident)।
বর্তমান চালক দুজন চিকিৎসাধীন আছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : WATCH | Rajiv Gandhi death anniversary : আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যুতিথি