Local, Vocal, Global

WATCH | Road Accident : কাছাৰৰ কাটিগড়া-বৰখলা সংযোগী পথত ভয়ংকৰ দুর্ঘটনা

কাছাৰ,১৪মে’ : নিশা কাছাৰৰ কাটিগড়া-বৰখলা সংযোগী TRK ৰোডত ভয়ংকৰৰ দুর্ঘটনা।

বিদ্যুতৰ খুঁটা ভাঙি বাগৰি পৰিল বাহন ।

সৌভাগ্যক্ৰমে কেইবাটাও পৰিয়াল ৰক্ষা পৰিল(Road Accident)।

ঘটনাত আহত হৈছে বাহনৰ চালক।

স্থানীয় লোকে আহত চালকক উদ্ধাৰ কৰি হাস্পাতাললৈ প্রেৰণ কৰে।

ঘটনাৰ পিছত বিদ্যুৎ ব্যৱস্থা হয় গাঁৱখনত।

লগতে পঢ়ক : WATCH | Artificial Flood in Dibrugarh : এজাক বৰষুণতে কৃত্ৰিম বান ডিব্ৰুগড় মহানগৰত