Local, Vocal, Global

WATCH | Road Accident : চাপৰৰ হাতীপোতাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

চাপৰ,১২মে’ : চাপৰৰ হাতীপোতাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত এজন পথচাৰী(Road Accident)।

আহত পথচাৰীজনৰ নাম মন্টু নম:দাস । মন্টু নম:দাসৰ ঘৰ একলাপাৰাৰ বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 19 M 1406।

লগতে পঢ়ক : WATCH | Panchayat Election Result : ছিপাঝাৰৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ ৩ নং কুমাৰপাৰ ৱাৰ্ড প্ৰাৰ্থী চম্পক শৰ্মাক জয়