Local, Vocal, Global

WATCH | Road Accident : বাইক আৰু চাৰিচকীয়াৰ মাজত মুখামুখি সংঘৰ্ষ;আহত এজন

বৰপেটা,৫মে’ : বৰপেটা চেঙাত ভয়ংকৰ পথ দুৰ্ঘটনা।

বাইক আৰু চাৰিচকীয়াৰ মাজত হয় মুখামুখি সংঘৰ্ষ ।

সংঘৰ্ষত আহত বৰপেটা বুঢ়িখামাৰত আবুল হুছেইনৰ পুত্ৰ আমিনুল হক(Road Accident)।

অমিনুল হকক স্থানীয় ৰাইজে চেঙৰ আদৰ্শ চিকিৎসালয়ত লৈ যোৱা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : WATCH | Silchar News : পুনৰ শিলচৰৰ অসম বিশ্ববিদ্যালয়ত জঘন্য ঘটনা