WATCH | Road Accident : কাছাৰৰ কাটিগড়াত ভয়ংকৰ দুর্ঘটনা
কাছাৰ,৫মে’ : কাছাৰৰ কাটিগড়াত ভয়ংকৰ দুর্ঘটনা। দ্রুতবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত এক পথচাৰী।নিশা কাছাড়ৰ কাটিগড়াৰ KH road ত সংঘটিত হয় এই দুর্ঘটনাটো(Road Accident)।
আহত লোকজনৰ নাম আলা উদ্দিন বুলি চিনাক্ত কৰা হৈছে । আহত লোকজনক স্থানীয় লোকে উদ্ধাৰ কৰি কাটিগড়া মডেল হাস্পাতালত প্রেৰণ কৰে। পিছে লোকজনৰ অৱস্থা সংকটজনক হোৱা বাবে শিলচৰ মেডিকেল কলেজ হাস্পাতাল লৈ প্রেৰণ কৰা হয়।
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটত গৰু চোৰৰ সন্ত্ৰাসত আতংকিত গঞা