WATCH | Road Accident : শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
জামুগুৰিহাট,৪মে’ : শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
অচিনাক্ত বাহনৰ খুন্দাত নিহত বাইক আৰোহী, আহত এগৰাকী যুৱতী(Road Accident)।
নিহত যুৱকজনৰ নাম ৰাহুল কুণ্ডু আৰু আহত যুৱতী গৰাকীৰ নাম চুইটি কুণ্ডু বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত হোৱা মটৰচাইকেল খনৰ নম্বৰ AS- 12-( P)- 5547।
বালিপৰাৰ বোকাগাঁওত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো ৷
লগতে পঢ়ক : WATCH | Sonari News : সোণাৰিত ছাত্ৰ সন্থাৰ বিহু সন্মিলনৰ শুভাৰম্ভ