Local, Vocal, Global

Road Accident :ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খেতিপথাৰত নামিল বাছ

নিউজ ডেস্ক,২৫নৱেম্বৰ : গোলকগঞ্জৰ হালাকুৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ দুৰ্ঘটনা।

ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খেতিপথাৰত নামিল পুনম নামৰ বাছখন।

এজন বৃদ্ধ পথচাৰীক বচাবলৈ লওতেই পথাৰত নামিল বাছখন(Road Accident)।

সৌভাগ্যক্ৰমে ৰক্ষা পৰে বাছৰ যাত্ৰীসকল। বৰপেটাৰ পৰা কোচবিহাৰলৈ গৈ আছিল বাছখন।

লগতে পঢ়ক :Senior railway officer from Maligaon goes missing at Parsuram Kund:লোহিত নদীত সন্ধানহীন উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ শীৰ্ষ বিষয়া সুবেন্দু চৌধুৰী