WATCH | Road Accident : দ্রুতগামী ডাম্পাৰৰ খুন্দা মাৰুতি ভেনক;আহত যাত্ৰী
শিলচৰ,২২এপ্ৰিল : শিলচৰ-গুৱাহাটী সংযোগী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কালাইনৰ হিলাড়াত ভয়ংকৰ দুৰ্ঘটনা।
দ্রুতগামী ডাম্পাৰৰ খুন্দা মাৰুতি ভেনক।
ফলত গুৰুতৰভাৱে আহত হৈছে ভেন যাত্ৰী। কথমপি প্ৰাণ ৰক্ষা ভেনৰ চালকৰ(Road Accident)।
আহত যাত্রীক কালাইন হাস্পাতালত লৈ প্ৰেৰণ।
লগতে পঢ়ক : WATCH | Panchayat Election : ৰাজ্যত তীব্ৰতৰ হৈছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ