WATCH | Road Accident : নিশা কলিয়াবৰত পথৰ পৰা বাগৰি পৰিল নৈশ বাছ
কলিয়াবৰ,১০এপ্ৰিল : কলিয়াবৰৰ উলুৱনী চাৰিআলিত মাজনিশা পথ দুৰ্ঘটনা।
নৈশবাছে মহটিয়াই নিলে চাৰিচকীয়া বাহনসহ দুখনকৈ দোকান(Road Accident)।
পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে বাছখন।
লগতে পঢ়ক : WATCH | Waqf Act 2025: ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত চাপৰৰ ফলিমাৰীত উত্তাল প্ৰতিবাদ