Local, Vocal, Global

WATCH | Road Accident : পৰ্বতঝোৰাৰ বগৰি বাৰীত শোকাৱহ দুৰ্ঘটনাত মৃত্যু হোৱা কণমানিক শ্রদ্ধাঞ্জলি গাঁৱবাসীৰ

পৰ্বতঝোৰা,৩০মাৰ্চ : পৰ্বতঝোৰাৰ বগৰি বাৰীত শোকাৱহ দুৰ্ঘটনাত মৃত্যু হোৱা কণমানিক শ্রদ্ধাঞ্জলি গাঁৱবাসীৰ ।

উল্লেখ্য যে,পৰ্বতঝোৰাৰ বগৰি বাৰীৰ কালি মন্দিৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হৈছিল বগৰি বাৰী আৰক্ষী থানাৰ অন্তৰ্গত আৰাই আনি গাওঁৰ দিলিপ পালৰ ভাইপুত অনুমান ৬বছৰৰ কণমণি । আহত কণমানি গৰাকীক ততাতৈয়াকৈ ধুবুৰী জিলা অসামৰিক চিকিৎসা মহাবিদ্যালয়ত লৈ যোৱা হয় যদিও ধুবুৰী জিলা অসামৰিক চিকিৎসা মহাবিদ্যালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হয় । কিন্তু গুৱাহাটী আহি নাপাওতেই ৰাস্তত মৃত্যু হয় কণমানিৰ(Road Accident)।

লগতে পঢ়ক : WATCH | Nagaon News : নগাঁৱত যক্ষ্মা ৰোগী সকলক বিনামূলীয়াকৈ পুষ্টিকৰ খাদ্য সামগ্ৰী বিতৰণ