WATCH | Road Accident : পথ দুৰ্ঘটনাত মৃত্যু হোৱা মৈৰাবাৰীৰ তিনি যুৱকৰ জানাজা সম্পন্ন
মৈৰাবাৰী,২৮মাৰ্চ : গুৱাহাটী সোণাপুৰত পথ দুৰ্ঘটনাত মৃত্যু হোৱা মৈৰাবাৰীৰ তিনি যুৱকৰ জানাজা সম্পন্ন। শোকাকুল পৰিৱেশৰ মাজত সম্পন্ন জানাজা(Road Accident)।
সহস্ৰাধিক লোকৰ উপস্থিতিত জানাজা সম্পন্ন কৰা হয় মৈৰাবাৰী নুৰুল আমীন খেল পথাৰ প্ৰাংগণত।মৈৰাবাৰী গাৰে হেৰা মছজিদৰ ইমামে তিনিওকে শ্বহিদ বুলি ঘোষণা কৰে।
লগতে পঢ়ক : WATCH | Ashok Singhal : গোৱালপাৰা বুলি ক’লেই দাড়ি,টুপী, আৰু পায়জামাৰ কথা মনলৈ আহে