WATCH | Road Accident : সোণাপুৰৰ যোগদলত ভয়াৱহ পথ দুৰ্ঘটনা
সোণাপুৰ,২৭মাৰ্চ : সোণাপুৰৰ যোগদলত ভয়াৱহ পথ দুৰ্ঘটনা। ট্ৰাকত প্ৰচণ্ড খুন্দা এখন বাহনৰ । ফলত থিতাতে নিহত চালকসহ ৩জন ।জাগীৰোডৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন(Road Accident)।
জানিব পৰা মতে, AS01PC5651 নম্বৰৰ ট্ৰাক খন পথৰ কাষত ৰখাই থোৱা অৱস্থাত জাগীৰোডৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS21AC3309 নম্বৰৰ বাহন খন প্ৰচন্দ যোৰে খুন্দা মাৰে। ফলত গাড়ীৰ ভিতৰত থকা ৩জন লোকৰ থিতাতে নিহত হয়।
লগতে পঢ়ক : WATCH | Bohag Bihu 2025: জামুগুৰিহাটৰ হাটিঙাত অনুষ্ঠিত বিহু কৰ্ম্মশালাৰ সফল সামৰণি