Local, Vocal, Global

Road accident : নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ সমীপৰ দোকানত খুন্দা ট্ৰাকৰ

নিউজ ডেস্ক,২০ ফেব্ৰুৱাৰী : এক ভয়ংকৰ দুৰ্ঘটনা । তীব্ৰবেগী বাহন নিয়ন্ত্ৰণ হেৰুৱাই দোকানত খুন্দা(Road accident) ।

চাবুৱাৰ মুৰিপত্তিত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ সমীপৰ দোকানত খুন্দা ট্ৰাকৰ৷ ট্ৰাকখনৰ খুন্দাত দোকানখনৰ বিস্তৰ ক্ষতি সাধন হয় ৷