Local, Vocal, Global

WATCH | Road Accident : তীব্ৰবেগী FORD বাহনৰ খুন্দা ট্ৰাকত;আহত ৩জন

নলবাৰী,১৮ মাৰ্চ : বৰমাৰ বৰজাৰৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথতত ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী FORD বাহনৰ খুন্দা ট্ৰাকত।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৩জন(Road Accident)

FORD বাহনৰ চালকসহ তিনিজনক সংকটজন অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰন।

দুৰ্ঘটনাগ্ৰস্ত FORD বাহন খনৰ নম্বৰ–AS-01-BJ-2222। আনহাতে ট্ৰাকখনৰ নম্বৰ NL-01-L-8134 ।

দুৰ্ঘটনাৰ পিচতে কোনোমতে FORD চালকসহ আন তিনি গৰাকী যাত্ৰীক গাড়ীৰ ভিতৰৰ পৰা উলিওৱাই চিকিৎসালয়লৈ প্ৰেৰন কৰে।

দুৰ্ঘটনাগ্ৰস্ত FORD বাহনখন গুৱাহাটীৰ ৰিহাবাৰীৰ বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত গাড়ী দুখন থানালৈ লৈ যায়।

লগতে পঢ়ক : WATCH | Sootea News : ৰঙালী বিহুৰ প্ৰাকক্ষণত কণ্ঠ শিল্পী সকল এতিয়া ব্যস্ত নিজৰ বিহু সুৰীয়া গীত প্ৰস্তুত কৰাত