Local, Vocal, Global

WATCH | Road Accident : চাপৰ ৰজাৰৰ মাজমজিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

চাপৰ,১৭মাৰ্চ : চাপৰ ৰজাৰৰ মাজমজিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী বৃদ্ধা মহিলা ।

আহত মহিলাগৰাকী চাপৰৰ শিঙাৰপাকৰ জমিৰণ বিবি বুলি জানিব পৰা গৈছে(Road Accident)।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS-17B 9829 ।

লগতে পঢ়ক : WATCH | Prasanta Phukan : “অসমত বিৰোধী এখন গুৰিবঠা নথকা নাওঁত পৰিণত হৈছে”