WATCH | Road Accident : হাজোত ডাম্পাৰৰ দৌৰাত্ম্য
নিউজ ডেস্ক,১৭মাৰ্চ : হাজোত ডাম্পাৰৰ দৌৰাত্ম্য।
নিশা হাজোৰ নতুন হাইৱেত পথ দুৰ্ঘটনা।
তীব্ৰবেগী ডাম্পৰৰ খুন্দাত নিহত চাৰিচকীয়া বাহনৰ চালকৰ ।
দুৰ্ঘটনাগ্ৰস্ত ৱেগনৰ বাহন খনৰ নম্বৰ AS01AB1049(Road Accident)।
নিহত লোকজন হৰকুমাৰ মেধি বুলি জানিব পৰা গৈছে ।
নিহত হৰকুমাৰ মেধিৰ ঘৰ হাজো পানীপাৰাত।
লগতে পঢ়ক : WATCH | Amritpal Singh: কাৰাবন্দী অমৃতপাল সিঙৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ম্যাদ বৃদ্ধি নকৰাৰ সিদ্ধান্ত