Local, Vocal, Global

WATCH | Road Accident : ট্ৰাকৰ খুন্দাত থিতাতে খৰিকটীয়া

চাপৰ,১৭মাৰ্চ : চাপৰৰ মিস্ত্ৰীপাৰাত ভয়ংকৰ পথ দূৰ্ঘটনা।

বহলপুৰ কোকৰাঝাৰ জিলা সংযোগী মিস্ত্ৰীপাৰাত তীব্ৰবেগী মালবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত।

দুৰ্ঘটনাত থিতাতে নিহত এজন খৰিকটীয়া।

নিহত খৰিকটীয়াজন আজাৱ আলী হলদিবাৰীৰ বাসিন্দা বুলি জানিব পৰা গৈছে(Road Accident)।

ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু হয় ব্যক্তিজনৰ।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ UP 14 KT 6147 ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।

লগতে পঢ়ক : WATCH | Gohpur News : ধৰ্ষণৰ গোচৰত অভিযুক্ত অপৰাধীক হেণ্ডকাপ বিহীনভাৱে জেল হাজোতলৈ নিশা দৃশ্য কেমেৰাত বন্দি