WATCH | Road Accident : দেৰগাঁও সমীপৱৰ্তী ৰঙামাটিত পথ দুৰ্ঘটনা
দেৰগাঁও,২মাৰ্চ : দেৰগাঁও সমীপৱৰ্তী ৰঙামাটিত পথ দুৰ্ঘটনা।
পুৱতি নিশা দেৰগাঁও সমীপৱৰ্তী ৰঙামাটিত ভয়াবহ পথ দুৰ্ঘটনা(Road Accident)।
পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় এজন৷ চাৰিচকীয়া বাহন ডি আই আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
দেৰগাঁও যানবাহন আৰক্ষী আৰু স্থানীয় ৰাইজৰ সমযোগত আঘাতপ্ৰাপ্ত ব্যক্তিজন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ট্ৰাকখনৰ নম্বৰ হৈছে AS01PC2566 আৰু ডি আই বাহন খনৰ নম্বৰ হৈছে AS13AC5697।
লগতে পঢ়ক :WATCH | Assam Opposition Meeting: বিৰোধী ঐক্যমঞ্চৰ বৈঠকত অথন্তৰ