WATCH | Road Accident : বৰপেটাৰোডৰ মিছনৰোডত মাজ নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
নিউজ ডেস্ক,১মাৰ্চ : এই চিচি টিভি ফুটেজটো ভালদৰে মন কৰক । বৰপেটাৰ মিছনৰোডৰ দৃশ্য।
এইবাৰ এই বাইক খনলৈ মন কৰক। বাইক খনৰ স্পীড বেছি থকাৰ স্পীজ বেকাৰৰ দাঁতি নিয়ন্ত্ৰণ কৰিব দুৰ্ঘটনা সংঘটিত হয় আৰু থিতাতে প্ৰাণ হেৰুৱাই এইজন যুৱক শ্যামাপল্লীৰ অভি মোডকে। বাইকখনৰ থকা আন এজন যুৱক সৌৰভ মডকৰ অৱস্থা সংকটজনক(Road Accident)।
নিশা দুয়ো এখন বিবাহ ঘৰৰ আনন্দৰে মনেৰে ঘৰলৈ উভতাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয়। গুৰুতৰ ভাৱে আহত সৌৰভ মডকক সংকটজনক অৱস্থাত বৰপেটা মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰা হৈছে। বৰপেটাৰোডৰ মিছনৰোডত মাজ নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
লগতে পঢ়ক :WATCH | Bhupen Kumar Borah: “পঞ্চায়তৰ বাবে এতিয়া আমি কাম কৰি আছোঁ”