Road accident: প্ৰয়াগৰাজ-অযোধ্যা ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

নিউজ ডেস্ক,২৬ফেব্ৰুৱাৰী : প্ৰয়াগৰাজ-অযোধ্যা ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই ঘৰৰ ভিতৰত সোমাল বাহন(Road accident)।
দুৰ্ঘটনাত থিতাতে নিহত ৪জন যুৱক।
গুৰুতৰভাৱে আহত ৩গৰাকী।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ঘৰৰ ভিতৰত থকা এহাল দম্পতী।
লগতে পঢ়ক :WATCH | Gaurav Gogoi: ‘মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ পৰা ক্ষমা বিচাৰিব লাগে’: গৌৰৱ গগৈ