WATCH | Road accident: জাগীৰোডৰ ৰেলৱে উৰণ সেতুৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
জাগীৰোড,২৫ফেব্ৰুৱাৰী : জাগীৰোডৰ ৰেলৱে উৰণ সেতুৰ সমীপত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী AS-01NC-6082 নম্বৰৰ টাটা ডি আই বাহনৰ প্ৰচণ্ড খুন্দা আন এখনত বাহনত(Road accident)।
চুৰ্ণবিচুৰ্ণ AS-01FD-4675 নম্বৰৰ কুইড বাহনখন।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত টোপাতলীৰ ভাস্কৰ টেৰণ নামৰ লোক এজন।
সংকটজনক অৱস্থাত ভাস্কৰ টেৰণক গুৱাহাটীলৈ প্ৰেৰণ।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন টাটা ডি আই বাহনৰ চালকৰ।
জাগীৰোড আৰক্ষীয়ে উদ্ধাৰ কৰে দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন।
লগতে পঢ়ক :WATCH | Drugs peddler arrested along with drugs: ৰঙিয়া ষ্টেচনত বুজন পৰিমাণৰ গাঞ্জাসহ আটক সৰবৰাহকাৰী