Road accident :যাত্ৰীবাহী বাছৰ সৈতে বাইকৰ সংঘৰ্ষ;নিহত দুই বাইক আৰোহী

নিউজ ডেস্ক,১৫ফেব্ৰুৱাৰী: কামৰূপৰ বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
যাত্ৰীবাহী বাছৰ সৈতে মুখামুখি সংঘৰ্ষ বাইকৰ(Road accident)।
সংঘৰ্ষত থিতাতে নিহত হয় দুই বাইক আৰোহী ।
নিহত বাইক আৰোহী দুজনৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই।
দুৰ্ঘটনাৰ পিছতে বাছসহ পলায়ন চালকৰ।
বকো আৰক্ষীয়ে আগছিয়াত জব্দ কৰে বাছখন।
লগতে পঢ়ক:HSLC Exam 2025 : পৰীক্ষা পৰিচালনাত গাফিলতি কৰি নিলম্বিত হ’ল এজন প্ৰধান শিক্ষক