Road accident: বুলেট বাহনত প্ৰচণ্ড খুন্দা পানী ট্ৰেংকাৰৰ

নিউজ ডেস্ক,১৫ফেব্ৰুৱাৰী: নিশা মহানগৰীৰ ৰুক্মিণী গাঁৱত পথ দুৰ্ঘটনা।
বুলেট বাহনত প্ৰচণ্ড খুন্দা পানী ট্ৰেংকাৰৰ।
ট্ৰেংকাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহী(Road accident)।
আহত বাইক আৰোহীজন হৰ্ষ পলি।
সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হয় মহাৰাষ্ট্ৰৰ যোগলপুৰৰ হৰ্ষ পলিক।