WATCH | RJD MLA Tej Pratap Yadav :হোলীত আৰক্ষীক নাচিবলৈ কৈ চৰ্চাত বিহাৰৰ RJD নেতা তেজ প্ৰতাপ যাদৱ
নিউজ ডেস্ক,১৬মাৰ্চ : “এটা গান লগাম তাত নাচিব লাগিব। যদি নাচিব নোৱাৰা তেন্তে নিলম্বন কৰা হ’ব”
এগৰাকী আৰক্ষীক হোলীত নাচিবলৈ কৈ চৰ্চাত বিহাৰৰ RJD নেতা তেজ প্ৰতাপ যাদৱ(RJD MLA Tej Pratap Yadav)
লগতে পঢ়ক : WATCH | Health Tips : শীতকালত ওঁঠফটা-ক’লা পৰা আদি সমস্যাই দেখা দিয়ে !