Riyan Parag likely to get India call-ups for Zimbabwe T20I series : ইতিহাস ৰচিলে অসম সন্তান ৰিয়ান পৰাগে; ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ

স্পৰ্ট ডেস্ক,২৪জুন : ইতিহাস ৰচিলে অসম সন্তান ৰিয়ান পৰাগে । ভাৰতীয় দলত স্থান লাভ অসম সন্তান ৰিয়ান পৰাগৰ ! অচিৰেই BCCIয়ে কৰিব ঘোষণা ৷ জিম্বাব’ৱেৰ বিৰুদ্ধে ভাৰতীয় দলত স্থান ৰিয়ানৰ৷ ৬জুলাইৰ পৰা ১৪জুলাইলৈ জিম্বাব’ৱেৰ বিৰুদ্ধে ৫খনকৈ শৃংখলাত খেলিব ৰিয়ানে( Riyan Parag likely to get India call-ups for Zimbabwe T20I series)৷
ভাৰতীয় পুৰুষ জাতীয় দলত স্থান লাভ অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ। কিছুসময় পিছতে BCCIএ আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক : Massive fire breaks out at Udalguri : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ,প্ৰয়োজনীয় নথি-পত্ৰ