WATCH | Ripun Bora: গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত ৰিপুণ বৰাক জেৰা চলাব SITএ
নিউজ ডেস্ক,২৮মে’ : গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত ৰিপুণ বৰাক জেৰা চলাব SITএ
SIT য়ে তলব কৰা সন্দৰ্ভত ৰিপুনৰ বৰাই মন্তব্য কৰি ক’লে-
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মোক মাতিছে।
মই জাননী লাভ কৰিছোঁ ।
জে’ললৈ যাব লগা হ’লেও যাবলৈ সাজু ৰিপুণ বৰা(Ripun Bora)।
মই আলী টাকিৰ শ্বেখৰ নাম মই শুনা নাই।
মই কৰা মন্তব্যৰ বিভ্ৰান্তি কৰিছে মুখ্যমন্ত্ৰীয়ে।
লগতে পঢ়ক :WATCH | Rangia News : ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰিব আহি ৰোগীৰ মাজত হাহাকাৰ