Local, Vocal, Global

WATCH | Ripun Bora : ‘২৬ৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে’

নিউজ ডেস্ক,২৫মে’ : ‘২৬ৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে’।

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিদ্বন্দ্বী কেৱল গৌৰৱ গগৈ বুলি গম পাইছে।

‘ইমান কম বয়সতে গৌৰৱ গগৈ উপ-দলপতি হোৱাটো মানি ল’ব পৰা নাই।’

গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ প্ৰসংগত সংবাদমেলত এই মন্তব্য ৰিপুন বৰাৰ(Ripun Bora)।

লগতে পঢ়ক : WATCH | Tragic incident : হাল বাবলৈ আহি দুৰ্ঘটনাত পতিত হয় যুৱকজন