Local, Vocal, Global

WATCH | Rhino menace in Mangaldai : মঙলদৈৰ ভোকেলিমাৰা গাঁৱত গড়ৰ মুক্ত বিচৰণ

মঙলদৈ,২৫মাৰ্চ : মঙলদৈৰ ভোকেলিমাৰা গাঁৱত গড়ৰ মুক্ত বিচৰণ। মাকৈ খেতিত গড়ৰ মুক্ত বিচৰণ। কেইবাটাও গড় থকাৰ সন্দেহ ৰাইজৰ। কেমেৰাত বন্দী গড়ৰ দৃশ্য(Rhino menace in Mangaldai)।

লগতে পঢ়ক : WATCH | CM Mamata Banerjee : লণ্ডনৰ ৰাজপথত প্ৰাত:ভ্ৰমণ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ