Local, Vocal, Global

Rhino Horn Seizes in Samaguri : চামগুৰিত উদ্ধাৰ গঁড়ৰ খৰ্গ

নিউজ ডেস্ক,১৮আগষ্ট : ৰাজ্যত পুনৰ উদ্ধাৰ গড়ৰ খৰ্গ । এইবাৰ চামগুৰিৰ কাৱৈমাৰীত উদ্ধাৰ গঁড়ৰ খৰ্গ। আটত এজনক । ধৃত আটকাধীন লোকজন আবু হানিফা(Rhino Horn Seizes in Samaguri)।

জানিব পৰা মতে,আবু হানিফাৰ ঘৰৰ পৰা উদ্ধাৰ হয় গঁড়ৰ খৰ্গটো। উদ্ধাৰ হোৱা গঁড়ৰ খৰ্গটোৰ ওজন ১২০০ গ্ৰাম। কাৰ্বি আংলং, ৰূপহীহাট, চামগুৰি আৰক্ষীয়ে চলাইছিল অভিযান।

লগতে পঢ়ক : Man allegedly kills wife : স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক