Local, Vocal, Global

Rhino Charges at Safari Vehicle In Manas National Park : মানাহ ৰাষ্ট্ৰীয় উদ্যানত এটা শিহৰণকাৰী ঘটনা;পৰ্যটকৰ বাহনলৈ চোঁচা এটা গঁড়ৰ

নিউজ ডেস্ক, ২০ মাৰ্চ : মানাহ ৰাষ্ট্ৰীয় উদ্যানত শিহৰণকাৰী ঘটনা। পৰ্যটকৰ বাহনলৈ চোঁচা এটা গঁড়ৰ( Rhino Charges At Tourist Vehicle In Manas National Park For Second Time In A Week)।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড়ে আক্ৰমণৰ চেষ্টা কৰে পৰ্যটকৰ গাড়ীত । কেইবা কিলোমিটাৰ পৰ্যন্ত পৰ্যটকৰ গাড়ীখন খেদি আহে গঁড়টোৱে । কথমপি ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা পৰে পৰ্যটকৰ দলটো ।

অসমৰ প্ৰতিষ্ঠিত মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণ এসপ্তাহৰ ভিতৰত এইটো দ্বিতীয়টো ঘটনা(Rhino Charges at Safari Vehicle In Manas National Park)।

লগতে পঢ়ক : Ahead of Lok Sabha polls, miscreants open fire on Cong candidate : কংগ্ৰেছৰ ৰাজহুৱা সভাত গুলীচালনাৰ ঘটনা