Rhino attack injures one in Jagiroad : জাগীৰোডত গঁড়ৰ আক্ৰমণত আহত এজন লোকক
জাগীৰোড,৭জানুৱাৰী : পুনৰ ৰাজ্যত গড়ৰ আক্ৰমণৰ ঘটনা ।
এইবাৰ জাগীৰোডৰ কাকৰজলাহত গঁড়ৰ সন্ত্ৰাস।
জাগীৰোড গঁড়ৰ আক্ৰমণত আহত এজন লোকক(Rhino attack injures one in Jagiroad)।
গঁড়ৰ আক্ৰমণত আহত হয় লোকজন ।
পুৱতি নিশা আক্ৰমণ কৰে লোকজন
গঁড়ৰৰ আক্ৰমণত আহত হোৱা লোকজন জয়নাল আলী বুলি জানিব পৰা গৈছে ।
জাগীৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন লোকজন ।
পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই আহিছে গঁড়টো।
লগতে পঢ়ক :Drinking Water Issue : ধোঁৱাচাঙত চৰকাৰৰ হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি