WATCH | RHAC Election : আজি ৰাভা হাছং স্বায়ত্ব পৰিষদৰ ভোটগ্ৰহণ
নিউজ ডেস্ক,২এপ্ৰিল : আজি ৰাভা হাছং স্বায়ত্ব পৰিষদৰ ভোটগ্ৰহণ
পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ(RHAC Election)
বালিজুৰি প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে NDAৰ প্ৰাৰ্থী ৰমাকান্ত ৰাভাই
লগতে পঢ়ক : WATCH | Dibrugarh News : বৰবৰুৱা খণ্ড উন্নয়ন কাৰ্যালয়ৰ নতুন ভৱন উদ্বোধন