Reublic Day 2025:চৰাইদেউ জিলাত গণৰাজ্য দিৱসক লৈ সষ্টম আৰক্ষী

সোণাৰি,২৫জানুৱাৰী : চৰাইদেউ জিলাত গণৰাজ্য দিৱসক লৈ সষ্টম আৰক্ষী প্ৰশাসন।
৭৬ সংখ্যক গণৰাজ্য দিৱস চৰাইদেউ জিলাত শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰিবৰ বাবে জিলা আৰক্ষী প্ৰশাসনে যথেষ্ট সষ্টমতা অৱলম্বন কৰা দেখা পোৱা গৈছে। বিশেষকৈ জিলাখনৰ অতিকৈ স্পৰ্শকাতৰ হিচাপে বিবেচিত অসম – নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল সমূহত দিনে নিশাই আৰক্ষী আৰু নিৰাপত্তা বাহিনী সমূহৰ তালাচী চলাই থকা পৰিলক্ষিত হৈছে(Reublic Day 2025)।
লগতে পঢ়ক: Republic Day 2025:কাইলৈ দেশজুৰি উদযাপন কৰা হ’ব ৭৬ সংখ্যক গণৰাজ্য দিৱস