Reserve Closed : অৱশেষত আৰক্ষী বিষয়া উৎপল চান্দক ৰিজাৰ্ভ ক্ল’জড

নিউজ ডেস্ক,২১জানুৱাৰী : অৱশেষত আৰক্ষী বিষয়া উৎপল চান্দক ৰিজাৰ্ভ ক্ল’জড।
গোৱালপাৰাৰ বগুৱান থানাৰ OC উৎপল চান্দ
OC উৎপল চান্দৰ বিৰুদ্ধে উঠিছিল ব্লেকমেইলিঙৰ অভিযোগ(Reserve Closed)।
একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বিষয়াগৰাকীয়ে।
আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে দাখিল হৈছিল ৫০টাৰো অধিক অভিযোগ।
লগতে পঢ়ক : Bongaigaon road accident : ভয়ংকৰ! চাৰিচকীয়া বাহন,টেম্পো আৰু স্কুটাৰ মাজত সংঘৰ্ষ