Republic Day 2025:কাইলৈ দেশজুৰি উদযাপন কৰা হ’ব ৭৬ সংখ্যক গণৰাজ্য দিৱস
যোৰহাট,২৫জানুৱাৰী : কাইলৈ দেশজুৰি উদযাপন কৰা হ’ব ৭৬ সংখ্যক গণৰাজ্য দিৱস
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন(Republic Day 2025)
যোৰহাটত কোনো দুৰ্বৃত্তই যাতে কুটাঘাট মূলক কৰ্ম কৰিব নোৱাৰো তাৰ বাবে অভিযান আৰক্ষীৰ
লগতে পঢ়ক :Republic Day 2025: দেৰগাঁও সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৬ তম গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি