Republic Day 2025: দেৰগাঁও সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৬ তম গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি
দেৰগাঁও,২৫জানুৱাৰী : দেৰগাঁও সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৬ তম গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি।
সমগ্ৰ দেশৰ লগতে দেৰগাঁৱতো প্ৰথমবাৰৰ বাবে দেৰগাঁও সমজিলা প্ৰশাসনৰ উদ্যামগত ব্যাপক ৰূপত গণৰাজ্য দিৱস পালনৰ প্ৰস্তুতিৰ কাম অব্যাহত।
দেৰগাঁও নিউ ফিল্ডত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব গণৰাজ্য দিৱস(Republic Day 2025)।
অনুশীলনত ১৩খন বিদ্যালয়-মহাবিদ্যালয় আৰু অসম আৰক্ষীৰ অৰ্ধসামৰিক বাহিনীৰ ৫৮০ গৰাকীয়ে পেৰেডত অংশগ্ৰহণ কৰে।