Local, Vocal, Global

Republic Day 2025: নগাঁৱত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি তুংগত

নগাঁও,২৫জানুৱাৰী : কাইলৈ দেশজুৰি উদযাপন কৰা হ’ব ৭৬ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে আৰক্ষীৰ অভিযান ।

চলিছে পেৰেড অনুশীলন । ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষ্যে নগাঁও নুৰুল আমিন খেলপথাৰত অন্তিম পেৰেডত অনুশীলন কৰিছে নগাঁও আৰক্ষী ,যান বাহন আৰক্ষীৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে(Republic Day 2025)।

লগতে পঢ়ক :Republic Day 2025: গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰঙিয়াত চাফাই অভিযান