Local, Vocal, Global

Republic Day 2025: ছিপাঝাৰ আৰক্ষীৰ কটকটীয়া তালাচী অভিযান

ছিপাঝাৰ,২৫জানুৱাৰী : কাইলৈ দেশজুৰি উদযাপন কৰা হ’ব ৭৬ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ছিপাঝাৰ আৰক্ষীৰ কটকটীয়া তালাচী অভিযান ।

আৰক্ষী-কামাণ্ডো বাহিনীয়ে তন্ন তন্ন কৈ নিৰীক্ষণ কৰিছে সকলো বাহন(Republic Day 2025) ।

ছিপাঝাৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সৰু-বৰ সকলো বাহনত চলাইছে তালাচী ।

ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চানক্য দেউৰীৰ নেতৃত্বত চলিছে তালাচী অভিযান

দেশৰ ৭৬সংখ্যক গণৰাজ্য দিৱসত কোনো কূটাঘাটমূলক ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে তৎপৰ আৰক্ষী।

লগতে পঢ়ক :Republic Day 2025:গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত বীৰত্বৰ বঁটা ঘোষণা