Local, Vocal, Global

Republic Day 2025 : নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মন্ত্ৰী অশোক সিংহালে

নগাঁও,২৬জানুৱাৰী : দেশজুৰি উদযাপন ৭৬সংখ্যক গণৰাজ্য দিৱস৷ দেশৰ লগতে ৰাজ্যজুৰি উদযাপন ৭৬ সংখ্যক গণৰাজ্য দিৱস।

নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উৰুৱালে মন্ত্ৰী অশোক সিংহালে। নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা ৭৬ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি পতাকা উৰুৱালে মন্ত্ৰী অশোক সিংহালে। অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা(Republic Day 2025)।

লগতে পঢ়ক :Film director Kumar Samarendra Narayan Dev passes away:অসমীয়া চলচ্চিত্ৰৰ পৰিচালক, প্ৰযোজক কুমাৰ সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ দেহাৱসান