Republic Day 2025 : বাক্সাত বাক্সা বিজেপিৰ সভাপতি দীনেশ বসুৱে উত্তোলন কৰিলে পতাকা
মুছলপুৰ,২৬জানুৱাৰী : আজি গণতন্ত্ৰ দিৱস ।
দেশে পালন কৰিছে গৌৰৱোজ্জ্বল ৭৬ সংখ্যক গণৰাজ্য দিৱস ।
বাক্সা জিলা ভাৰতীয় জনতা পাৰ্টিৰ মুছলপুৰস্থিত মুখ্য কাৰ্যালয়ত উত্তোলন কৰা হ’ল ৰাষ্ট্ৰীয় পতাকা(Republic Day 2025)।
বাক্সা বিজেপিৰ সভাপতি দীনেশ বসুৱে উত্তোলন কৰিলে পতাকা ।
ভিমৰাও আম্বেদকাৰৰ প্ৰতিচ্ছবিতো বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰাৰ লগতে এই পৱিত্ৰ দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সকলো কাৰ্যকৰ্তাই।