Republic Day 2025 : প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰীয়ে
নিউজ ডেস্ক,২৬জানুৱাৰী : প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰীয়ে।
ডিব্ৰুগড়ত ৭৬সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই(Republic Day 2025)।
ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত পতাকা উত্তোলন কৰি ড০ শৰ্মাই কয়- নতুন এখন অসম গঢ় দিয়াৰ উদ্দেশ্য বৰ্তমানৰ চৰকাৰে কাম কৰি আছে। এই ক্ষেত্ৰত বহুখিনি সফল হৈছে আমাৰ চৰকাৰ। জনতাৰ কল্যাণ আমাৰ চৰকাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য।
লগতে পঢ়ক :Bomb terror at ISBT:আই এছ বি টিত বোমাতংক