Local, Vocal, Global

WATCH | Reels News : এইগৰাকী যুৱতীৰ কাণ্ড চাওক

নিউজ ডেস্ক,২২এপ্ৰিল : এইগৰাকী যুৱতীৰ কাণ্ড চাওক

ৰাস্তাত ট্ৰেফিক জাম কৰি বনাইছিল ৰীলছ

ৰীলছ বনোৱা যুৱতীক উভতি ধৰিলে পথচাৰীয়ে(Reels News)

ওলোটাই যুৱতীৰ খং,ৰীলছ বনালেও মই বেয়া ছোৱালী নহয়’

লগতে পঢ়ক : WATCH | NEMSU News : “মিঞাই লুঙী পিন্ধে বুলি ঠাট্টা নকৰিব”