Local, Vocal, Global

Ration card holders: লাখ লাখ ৰেচন হিতাধিকাৰীৰ বাবে ভাল খবৰ

নিউজ ডেস্ক,৯ফেব্ৰুৱাৰী : লাখ লাখ ৰেচন হিতাধিকাৰীৰ বাবে ভাল খবৰ।

মাজত মাত্ৰ এটা দিন,শীঘ্ৰে সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী।

লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ(Ration card holders)।

১০ ফ্ৰেব্ৰুৱাৰীলৈ লাখ লাখ হিতাধীকাৰীয়ে লাভ কৰিব ৰেচন।

ৰেচনৰ সামগ্ৰীক লৈ কোনো ৰেচন দোকানীয়ে দিব নোৱাৰিব কমকৈ ৰেচন।

ৰেচনৰ গৰাকীয়ে অভিযোগ দিলেই জেললৈ যাব লাগিব ৰেচন দোকানী।

অভিযোগৰ বাবে টোল ফ্ৰী নম্বৰ হৈছে 18003453611 আৰু 1967 নম্বৰ।

এইবাৰ ৩লাখ হিতাধীকাৰীয়ে লাভ কৰিব ৰেচনৰ সামগ্ৰী।

নতুনকৈ ৰেচন কাৰ্ড পোৱা হিতাধীকাৰীয়েও লাভ কৰিব ৰেচনৰ সামগ্ৰী।

লগতে পঢ়ক :Assam CM Meets Mukesh Ambani: মুকেশ আম্বানী আৰু অনন্ত আম্বানীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ